ক’লা মুগাক’লা হালধি

ক’লা মৃত তৰা (Assamese) [ Roman: ko.la-mri.to-to.ra]
Contributed by: Aklantika Saikia on 2014-05-06
1. Astronomy(Material Noun-Neuter) It is a white dwarf or white dead star that has sufficiently cooled that it no longer emits significant heat or light. Because the time required for a white dwarf or white dead star to reach this state is calculated to be longer than the current age of the universe (13.8 billion years), no black dwarfs or black dead stars are expected to exist in the universe yet. ক’লা বাউনা বা ক’লা মৃত তৰা হৈছে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ তাপ বা পোহৰ বিকিৰণ কৰিব নোৱাৰাকৈ অতি শীতল হৈ পৰা বগা বাউনা বা বগা মৃত তৰা৷ বগা মৃত তৰা এটা ক’লা মৃত তৰালৈ ৰূপান্তৰিত হ’বলৈ যিমান সময় লাগে সেইয়া ব্ৰহ্মাণ্ডৰ বৰ্তমানে হিচাপ কৰি উলিওৱা বয়স ১৩.৮ বিলিয়ন বছৰতকৈ বেচি৷ সেয়হে এতিয়ালৈকে ব্ৰহ্মাণ্ডত এটাও ক’লা মৃত তৰা নাই বুলি ভবা হৈছে৷